টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা, দুবছৰ মূৰত কোন খেলুৱৈয়ে পালে স্থান…
ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ : সকলো অপেক্ষা আৰু জল্পনা-কল্পনাৰ অন্ত পেলাই ঘোষণা হ’ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল। আশ্চৰ্যজনকভাৱে এই দলৰ পৰা বাদ পৰিল তাৰকা ক্ৰিকেটাৰ শুভমন গিল। বিপৰীতে সকলোকে আচৰিত কৰি দলত স্থান লাভ কৰিলে ঈশান কিষনে। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত দেশৰ মাটিত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। তাৰ পূৰ্বে আজি ব’ৰ্ডৰ সচিব দেৱজিত শইকীয়া, মুখ্য…
Read More...