লাথামৰ নেতৃত্বত ৩৬ বছৰীয়া অপেক্ষাৰ অন্ত নিউজিলেণ্ডৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ অক্টোবৰঃ প্ৰায় চাৰে তিনি দশকৰ অপেক্ষাৰ অন্ত পেলালে নিউজিলেণ্ডে। নেতৃত্বত টম লাথাম। সুদীর্ঘ ৩৬ বছৰ পিছত ভাৰতৰ মাটিত টেষ্ট জয় কৰিলে নিউজিলেণ্ডে৷ ভাৰতৰ মাটিত টেষ্ট জয় কৰা আন যিকোনো দেশৰ বাবে অতিশয় কঠিন কাম৷ কিন্তু নিউজিলেণ্ডে একপ্রকাৰ আধিপত্য বিস্তাৰ কৰি শৃংখলাৰ প্রথম টেষ্ট জয় কৰিলে৷ ইয়াৰ লগে লগে টেষ্ট শৃংখলাত কিৱি দলটোৱে…
Read More...