WCL 2025 : ক্ৰিকেট ইতিহাসৰ আজব ৰেকৰ্ড জন হেষ্টিংছৰ
WCL 2025 : ৱৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ডছ ২০২৫-ৰ ১৪তম খেলখন ক্ৰিকেটৰ ইতিহাসত এটা অদ্ভুত ঘটনা হিচাপে স্মৰণীয় হৈ থাকিব। গ্ৰেছ ৰোড, লেষ্টাৰত অনুষ্ঠিত এই খেলখনত পাকিস্তান চেম্পিয়ন দলে অষ্ট্ৰেলিয়া চেম্পিয়ন দলক ১০ উইকেটত পৰাজিত কৰে। যদিও খেলখনৰ ফলাফল উল্লেখযোগ্য, তাৰো অধিক চর্চাৰ বিষয় হৈ পৰে অষ্ট্ৰেলিয়াৰ দ্ৰুত গতিৰ বলাৰ জন হেষ্টিংচৰ ১৮টা বলৰ…
Read More...