RR ত্যাগ কৰিব ছেমছনে! নিলামৰ পূর্বে মুকলিৰ আবেদন
অধিনায়ক সঞ্জু ছেমছনে আগন্তুক আইপিএলৰ পূর্বে ৰাজস্থান ৰয়েলছ এৰিব বিচাৰিছে৷ ৰাষ্ট্রীয় দলৰ উইকেটকীপাৰ–বেটাৰজনে এই সন্দর্ভত দল কর্তৃপক্ষৰ ওচৰতো আবেদন জনাইছে৷ অৱশ্যে তেওঁৰ আন এটা দলত যোগদান সম্পূর্ণৰূপে ৰাজস্থান কর্তৃপক্ষৰ ওপৰত নির্ভৰশীল৷
সঞ্জু ছেমছনক ক্রয় কৰাৰ বাবে জঁপিয়াই পৰিছে কলকাতা নাইট ৰাইডার্ছ আৰু চেন্নাই ছুপাৰ কিংছ৷ আইপিএলৰ নিলামৰ পূর্বে তেওঁক…
Read More...