ভাৰতে কিমান আয় কৰিলে এদিনীয়া বিশ্বকাপৰ পৰা ?
🔹 বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিৰ প্রতিবেদন প্রকাশ
নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : ভাৰতৰ মাটিত আয়োজন কৰা এদিনীয়া বিশ্বকাপৰ আয় প্রায় ১২ হাজাৰ কোটি টকা৷ আইচিচিয়ে প্রকাশ কৰা এক প্রতিবেদন অনুসৰি ২০২৩ চনৰ এদিনীয়া বিশ্বকাপে ভাৰতৰ অর্থনীতিত এক বৃহৎ অৱদান আগবঢ়াইছে৷ ভাৰতে মুঠ ১.৩৯ বিলিয়ন মার্কিন ডলাৰ উপার্জন কৰে৷ ক্রিকেটৰ উপৰি ভাৰতৰ হোটেল, পর্যটন আৰু…
Read More...