৩ ছেপ্টেম্বৰত অভিৰুচি ক্রীড়া দিৱসৰ ৪২ বছৰ
বিশেষ বাৰ্তা, ১৯ জুলাই : অসম তথা পূর্বাঞ্চলৰ প্রথমগৰাকী অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৩ ছেপ্টেম্বৰত আয়োজিত ‘অভিৰুচি ক্রীডা দিৱস’-এ এইবেলি ৪২ বছৰত ভৰি দিলেহি৷ অসমৰ জনজীৱনৰ পৰা হেৰাই যাবলৈ ধৰা এইগৰাকী বীৰ সন্তানৰ ক্রীড়া জীৱন জনমানসত, বিশেষকৈ নৱপ্রজন্মৰ মাজত জীয়াই ৰখাৰ এক ব্যতিক্রমী চিন্তাৰে ১৯৮৪ চনত অভিৰুচি গোষ্ঠীয়ে আৰম্ভ কৰিছিল এই ক্রীড়া দিৱসৰ৷…
Read More...