অষ্ট্রেলিয়া বধৰ পিছত আফগানিস্তানত বিজয়োৎসৱ
🔹 এদিনীয়া বিশ্বকাপত পৰাজয়ৰ প্রতিশোধ ল’লে ৰছিদ বাহিনীয়ে
বিশেষ বাৰ্তা, ২৩ জুন : যোৱা বছৰ ক্রিকেটেই যেন তেওঁলোকৰ পৰা সকলো আশাৰ আলোক কাঢ়ি নিছিল৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ যন্ত্রণা লৈ এদিনীয়া বিশ্বকাপৰ পৰা বিদায় ল’বলগীয়া হৈছিল ৰছিদ খানৰ দলটোৱে৷ এদিনীয়া ক্রিকেটৰ এই পৰাজয়ৰ প্রতিশোধ ল’লে আফগানিস্তানে৷ ইয়াৰ পিছতে দেশজুৰি আৰম্ভ হয় বিজয় উৎসৱ৷ কিংছ টাউনত…
Read More...