আইপিএল-ৰ পৰা বিদায় ৰাজস্থান ৰয়েলছৰ
নিউজ ডেস্ক, ২ মে’ : চলিত আইপিএল-ত এটা সময়ত সকলোৰে তলত স্থান লাভ কৰিছিল মুম্বায়ে৷ কালি ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত জয়লাভ কৰি দলটো লীগ তালিকাৰ শীর্ষস্থানত উপনীত হয়৷ প্রতিযোগিতাখনৰ প্রথম ৫খন মেচৰ ভিতৰত মাত্র এখনত জয়লাভ কৰিছিল মুম্বায়ে৷ পৰৱর্তী ৬খন মেচৰ ৬খনতেই জয়লাভ কৰি লীগৰ শীর্ষত স্থান লাভ কৰিছে দলটোৱে৷ কালি ঘৰুৱা খেলপথাৰত ৰাজস্থানক…
Read More...