স্থান নাপালে অসম সন্তান ৰিয়ান পৰাগে, ব’ৰ্ডৰ কেন্দ্রীয় চুক্তিলৈ উভতিল শ্রেয়াৰ আয়াৰ, ঈশান কিষণ
নিউজ ডেস্ক, ২১ এপ্ৰিলঃ বহু জল্পনা–কল্পনাৰ অন্তত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ঘোষণা কৰিছে ভাৰতীয় পুৰুষ ক্রিকেট দলৰ কেন্দ্রীয় চুক্তি৷ ২০২৪–২৫ বর্ষৰ বাবে ব’র্ডে ঘোষণা কৰা কেন্দ্রীয় চুক্তিত দেখা গৈছে কেইবাটাও পৰিৱর্তন৷ মুঠ ৪টা গ্রেডৰ এই চুক্তিত স্থান পাইছে কেইবাখনো নতুন মুখে, আনহাতে বাদ পৰিছে কেইবাজনো খেলুৱৈ৷ নতুন চুক্তিত মুঠ ৩৪ গৰাকী খেলুৱৈয়ে স্থান…
Read More...