পর্তুগীজৰ আগ্রাসন প্রতিহত কৰোঁতাঃ মচলা ৰাণী চেন্নাভইৰা দেৱী
পেপাৰ কুইন৷ মচলা ৰাণী৷ অনেক নাম তেওঁৰ৷ দক্ষিণৰ বিশাল সাম্রাজ্যৰ একছত্রী সম্রাজ্ঞী আছিল এই পেপাৰ কুইন৷ অৱশ্যে পেপাৰ কুইন এই নামে সকলোকে অলপ হ’লেও আশ্চর্যচকিত কৰিব পাৰে৷ কাৰণটো হৈছে এই নামটোক লৈ৷ মচলা ৰাণী ওৰফে পেপাৰ কুইন৷ পিছে তেওঁৰ প্রকৃত নামটো অন্যহে৷ তেওঁক এই উপনাম দিছিল পর্তুগীজসকলে৷ সেয়াও আজিৰ পৰা কেইবাশ বছৰ পূর্বেই৷ ইতিহাসত এই মহীয়সী বীৰাংগনাৰ…
Read More...