আঙুলিৰে নাক খজুৱাই নেকি? শীঘ্ৰে এই কুভ্যাস পৰিত্যাগ কৰক…
আপুনি বাৰু নাক খজুৱাই থাকে নেকি? এইটো বদ অভ্যাস৷
ই দেখিবলৈ যিমান বেয়া, কামটো কৰিলেও তাৰ বহুগুণে ক্ষতিকাৰক৷
নাকৰ ভিতৰখন বৰ কোমল আৰু সংবেদনশীল৷
ইয়াৰ ভিতৰত বহু সিৰা, উপসিৰা আৰু স্নায়ু আছে৷
নাকৰ ভিতৰত বায়ু প্রদূষণ এলার্জী আৰু বেক্টেৰিয়া বা ভেঁকুৰজাতীয় ইনফেকচন থাকিলে পিৰপিৰাই থাকিব পাৰে৷ ফলত নাকৰ ভিতৰত আঙুলি ভৰাই শুকান আৱৰণীবোৰ এৰুৱাই থকা অভ্যাস হয়৷…
Read More...