এৰিব পৰা নাই ধূমপান? শৰীৰ নিকোটিন মুক্ত কৰিব পৰা ৫বিধ আহাৰ…
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ নিকোটিন হৈছে এক আসক্তিযুক্ত ৰাসায়নিক পদাৰ্থ। ই চিগাৰেটৰ মুখ্য উপাদান। চিগাৰেট খোৱা বন্ধ কৰাৰ পণ ল'লেও নিকোটিনৰ বাবে ত্যাগ কৰাটো কঠিন হৈ পৰে। ই একপ্ৰকাৰৰ উদ্দীপক। নিকোটিনে হৃদস্পন্দনৰ হাৰ, ৰক্তচাপ আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে। কিন্তু গৱেষণাত ৫বিধ বিশেষ খাদ্যত আছে নিকোটিন কমোৱাৰ উপাদান।
১. ব্ৰকলি
ব্ৰকলিত উচ্চ স্তৰৰ…
Read More...