শ্লো হৈ গৈছে নেকি ম’বাইল ফোন, স্পীড আনিবলৈ ৪টা টিপছ
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ স্মাৰ্টফোন আমাৰ দৈনিক জীৱনৰ অন্যতম সংগী। কিন্তু সময় যোৱাৰ লগে লগে আন বহুতো ইলেক্ট্ৰনিক সামগ্ৰীৰ দৰে আমাৰ ফোনবোৰৰ গতিও লেহেম হয়। এইক্ষেত্ৰত কেইটামান পৰামৰ্শ দিয়া হৈছে, যি আপোনাৰ ফোনৰ গতি বৃদ্ধি কৰিবলৈ সক্ষম। এবাৰ চাওঁ আহক।
কেচ্ছ পৰিষ্কাৰ কৰক
স্মাৰ্টফোনত আপুনি যি কাম কৰে সেয়া আপোনাৰ ফোনত কেচ্ছ ডাটা ৰূপে ৰৈ যায়। এনে…
Read More...