মঙলত নাছাৰ ঐতিহাসিক খোজ, মঙলৰ বতাহত অক্সিজেন প্ৰস্তুত পাৰ্চিভাৰেন্স ৰোভাৰৰ
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ দ্বাৰা প্ৰেৰিত পাৰ্চিভাৰেন্স ৰোভাৰে ইতিহাস ৰচনা কৰাৰ দিশে আগবাঢ়িছে। শেহতীয়াকৈ নাছাৰ পৰা পোৱা তথ্য অনুযায়ী এই ৰোভাৰে মঙল গ্ৰহৰ বায়ুমণ্ডলৰ পৰা কিছু কাৰ্বন ডাই অক্সাইডক অক্সিজেনলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে।
নাছাৰ এই ঐতিহাসিক কাৰ্যই প্ৰমাণ কৰি দেখুৱালে যে মঙল গ্ৰহত বাস কৰাটো এতিয়া অলীক কল্পনা…
Read More...