atum 1.0: ১০০ কিলোমিটাৰ যাব মাত্ৰ ৭ টকাত; পলম নকৰি আজিয়েই কৰক সংগী…
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি এক সকাহ! পেট্ৰ'লৰ মূল্যই এশ স্পৰ্শ কৰাৰ সময়তে বজাৰলৈ আহিল atum 1.0। Atumobile প্ৰাইভেট লিমিটেডৰ নতুন ই-বাইক।
Atumobile বজাৰত মুকলি কৰিছে আটাম 1.0। য'ত ১০০ কিলোমিটাৰ গাড়ী চলাবলৈ খৰছ হ'ব মাত্ৰ ৭ টকা।
এই Atum 1.0 তৈয়াৰ কৰিছে হায়দৰাবাদ ষ্টাৰ্টআপ সংস্থা আটাম'বাইল প্ৰাইভেট লিমিটেডে। কোম্পানীটোৱে…
Read More...