‘ব্যৱসায়ীৰ আইনী অধিকাৰ খর্ব কৰিছে ভাৰতে’, এপ নিষেধাজ্ঞাত প্রতিক্রিয়া বেইজিঙৰ
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ বিগত বুধবাৰে চীনৰ (China) উপৰত দ্বিতীয়টো ডিজিটেল ষ্ট্ৰাইক ভাৰতৰ! চীনৰ সংস্থা যুক্ত হৈ থকা ১১৮ টা এপ্লিকেশ্যন নিষিদ্ধ কৰে ভাৰতে। যাৰ ভিতৰত আছে দেশৰ অন্যতম জনপ্রিয় অনলাইন গেম PUBGও। পুনৰবাৰ এই প্রসংগ তীব্র প্রতিক্রিয়া জনাইছে বেইজিঙে (Beijing)।
মোদী চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰি বিবৃতি দিলে চীনৰ বাণিজ্যমন্ত্রীয়ে। এই…
Read More...