মহানগৰীত চিটীবাছৰ বিৰুদ্ধে পুনৰ অভিযান
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ মহানগৰীত অসম ৰাজ্যিক পৰিবহন নিগম আৰু জিলা পৰিবহন বিভাগৰ যুটীয়া অভিযান।নিয়ন নমনা চিটী বাছৰ বিৰুদ্ধে পুনৰ অভিযান। অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনৰ চিটীবাছ সমূহত অভিয়ান। পৰিবহন বিভাগে গঠন কৰি দিয়া ১৫জনীয়া এটা দলে অভিযান চলাইছে। মহানগৰীত চলা ব্যক্তিগত বাছসমূহৰ ক্ষেত্ৰত বান্ধি দিয়া নিয়মসমূহ পৰিবহন নিগমৰ বাছসমূহেও মানি চলিব লাগিব বুলি মন্তব্য পৰিবহন বিষয়া বাপন কলিতাৰ।