নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ পথ দুৰ্ঘটনা

  • গুৱাহাটী মহানগৰীৰ বশিষ্ঠত পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত ঘটনাস্থলীতে এজন বাইক আৰোহী নিহত
  • বশিষ্ঠৰ পৰা খানাপাৰাৰ দিশে যোৱা চাৰ্ভিছ পথত এই দুৰ্ঘটনা
  • বাইকখনক খুন্দিওৱা বাহনখন দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে
  • এইপৰ্যন্ত জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়।

ডিজিটেল ডেস্ক, ৬ জুলাই

You might also like