নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত বন্ধক সমৰ্থন জনাই মহানগৰীত আটক কেইবাজনো লোক

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ কৃষি আইন বাতিলৰ দাবীৰে সংযুক্ত কিষাণ মর্চাই আজি আহ্বান জনোৱা ভাৰত বন্ধলৈ ৰাজ্যৰ ১৩টা বিৰোধী দলৰ লগতে একাধিক দল–সংগঠনে সমর্থন জনাইছে৷

অসমতো বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা দেখা গৈছে। আজি পুৱাই কৃষক সংগঠনৰ বন্ধ সমৰ্থন কৰি মহানগৰীৰ জনতা ভৱনত সন্মুখত আন্দোলন কৰি থকা কেইজনমান লোকক আৰক্ষীয়ে আটক কৰে।

উল্লেখ্য যে চৰকাৰে আইন সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে যদিও কৃষক সমাজে এই আইন বাতিল কৰাটোৱে শেষ কথা বুলি উল্লেখ কৰিছে।

লগতে পঢ়কঃ Happy Birthday Sharmila Tagore: ৰূপালী পৰ্দাত বিকিনি পিন্ধা প্ৰথম ভাৰতীয় অভিনেত্ৰী শৰ্মিলা

You might also like