নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ  মহানগৰীত গড়চুক আৰক্ষী ৰ বৃহৎ সাফল্য । গড়চুকৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ আই এছ বি টিৰ পৰা জব্দ কৰা হৈছে প্ৰায় ১৫ কোটি টকাৰ ১৫ কোটী টকাৰ জিলেটিন ষ্টিক ।

মেঘালয়ৰ পৰা AS15AC4867. নম্বৰৰ বলেৰও পিকআপ বাহনেৰে সৰবৰাহ কৰিছিল সামগ্ৰী খিনি। শ্বিলংৰ পৰা ৰানীলৈ সৰবৰাহ কৰিছিল সামগ্ৰী সমূহ। লগতে গ্ৰেপ্তাৰ কৰা হৈছে দুই সৰবৰাহ কাৰী ৰহিম বাদশাহ, আৰু আইনুল আলিক। ছয়গাঁৱৰ কাদেম আলি এই বিস্ফোৰক সামগ্ৰী সমূহ আনিছিল বুলি জানিব পৰা গৈছে।

You might also like