নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ বশিষ্ঠৰ বাকৰাপাৰাত  অগ্নিকাণ্ডৰ ঘটনা

 

  • শুকুৰবাৰে মহানগৰীৰ বশিষ্ঠত অগ্নিকাণ্ডৰ ঘটনা
  •  জুইত জাহগল ৫তাতকৈ অধিক বাসগৃহ ।
  • ছিলিণ্ডাৰ ব্লাষ্ট হোৱা বাবে সংঘটিত হৈছে এই ঘটনাৰ ।
  • স্বামল শাহা নামৰ লোকৰ  বাসগৃহত সংঘটিত হয় এই ঘটনা ।
  • ঘটনা স্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰে।
You might also like