নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱেব পর্টেলত এয়া কি

মানৱ সভ্যতাৰ বিকাশত সংবাদ মাধ্যমৰ অৰিহণা স্বজনস্বীকৃত৷ সময়ৰ গতিত ক্ষেত্রখনলৈ যথেষ্ট পৰিৱর্তনো আহিছে৷ কিন্তু মানৱ সমাজত ইয়াৰ ভূমিকা, প্রয়োজনীয়তাৰ সামান্যতমো হীন–দেঢ়ি ঘটা নাই৷ ৰং ক’ পাৰি, সংবাদ মাধ্যমৰ ওপৰত দেশ, সমাজ, চৰকাৰৰ নির্ভৰশীলতা দ্ধিহে পাইছে৷ বিশেষকৈ চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংবাদ মাধ্যমে এখন সাঁকোৰ ভূমিকা পালন কৰি আহিছে৷ সংবাদ মাধ্যমৰ স্বল ভূমিকাৰ ােবই বিশ্বত হু প্রভাৱশালী, যুগান্তকাৰী ঘটনা ঘটিছে৷ সলনি হৈছে চৰকাৰ৷ কিন্তু এই আটাইেবাৰ সম্ভৱ হৈছে নীতিৰ মাধ্যমেৰে৷ নির্দিষ্ট বিধিৰ মাজেৰে যোৱা এটা প্রক্রিয়াৰ সিটো পাৰে সংবাদ মাধ্যমে নিজৰ ভূমিকা পালন কৰিছে৷ অর্থাৎ এখন াতৰিকাকত নতুবা এটা াতৰিভিত্তিক চেনেল জন্মৰ আঁৰত এটা নির্দিষ্ট চৰকাৰী প্রক্রিয়া থাকে৷ সেইখিনি অতিক্রম কৰিহে মাধ্যমটোৱে নিজৰ ভূমিকা পালনৰ অর্থে আগ্বাঢ়ে৷ সেই আইনী া চৰকাৰী প্রক্রিয়াৰ প্রতিটো তৰপত দায়্বদ্ধতাৰ সৃষ্টি হয়৷ কিন্তু তথ্য–প্রযুক্তিৰ উত্তৰণৰ হাতত ধৰি শেহতীয়াকৈ বিশ্বৰ সংবাদ জগতখনত এটা পৰিৱর্তন আহিছে৷ ৈবদ্যুতিন ক্ষেত্রখনত সামাজিক মাধ্যম (ছ’চিয়েল নেটৱর্ক)ৰ অসাধাৰণ উন্নতিয়ে সংবাদ মাধ্যমৰ এটা নতুন ক্ষেত্রৰ সৃষ্টি কৰিছে৷ ফেচ্বুক, টুইটাৰৰ দৰে বিশ্বজুৰি ৱহাৰকাৰীৰ বিশাল জাল থকা সামাজিক যোগসূত্রৰ মাধ্যমেবাৰ এতিয়া হৈ পৰিছে সংবাদ পৰিৱেশনৰ জনপ্রিয় মাধ্যম৷ তাত কোনো আইনী াধ্য্বাধকতা নাই৷ পঞ্জীয়নৰ জটিল প্রক্রিয়া নাই৷ ক্তিজন া ক্তিকেইজন সামাজিক যোগসূত্রৰ মাধ্যমটোৰ ৱহাৰকাৰী হ’লেই হ’ল৷ কেইপদমান সামগ্রী ক্রয় কৰি তেওঁ অথ্বা তেওঁলোক হৈ যাব পাৰে একো একোজন সাংবাদিক৷ কিন্তু সাংবাদিকতা ইমানেই সৰলনে?
সামাজিক যোগসূত্রৰ মাধ্যম এটাৰ জৰিয়তে সংবাদ পৰিৱেশন কৰি অহা এটা ৱ্বে পর্টেলৰ শেহতীয়া কাণ্ড–কাৰখানা সুধী সমাজৰ ােব চিন্তা আৰু উদ্বেগৰ কাৰণ হৈ পৰিছে৷ সাংবাদিকতাৰ নীতি–নিয়ম, আদর্শৰ প্রতি সামান্যতমো শ্রদ্ধাশীল নোহোৱাকৈ যে সাংবাদিকতাৰ ক্ষেত্রখনত এচাম সমাজবিৰোধী লোক জডিত হৈ পৰিছে, সেই ৱ্বে পর্টেলটোৱেই উদঙাই দিছে৷ অৱশ্যে বিগত কিছু ছৰৰ পৰা একাংশ ৱ্বে পর্টেলৰ অনৈতিক কাম–কাজে বিদ্বৎ সমাজক যথেষ্ট পৰিমাণে দুশ্চিন্তাগ্রস্ত কৰি আহিছে৷ তদুপৰি, অনেকৰ বিৰুদ্ধে আইনী ৱস্থাও গ্রহণ হোৱা লি সময়ে সময়ে খ্বৰ ওলাই আহিছে৷ কিন্তু শেহতীয়াকৈ ৰাজ্যৰ এগৰাকী মন্ত্রীৰ ফটোক লৈ ৱ্বে পর্টেলটোৱে যি নীচ কাণ্ড কৰিলে তথা নীচ মানসিকতাৰ পৰিচয় দিলে, এতিয়াই যদি এনে তথাকথিত সাংবাদিকৰ বিৰুদ্ধে কঠিন আইনী ৱস্থা গ্রহণ কৰা নহয়, অনাগত দিনত মানৱীয় জ্ঞানবিহীন তেনে পাষণ্ডই সাধাৰণ লোকৰ জীৱনো নৰকসদৃশ কৰি তুল্বি পাৰে৷ সেয়ে সামাজিক যোগসূত্রৰ মাধ্যমৰ জৰিয়তে সংবাদ ক্ষেত্রখনৰ সৈতে যুক্ত হৈ পৰা ৱ্বে পর্টেলসমূহৰ এটা জৰীপ হ’ লাগে৷ লগতে আইন প্রণয়ন কৰি পঞ্জীয়নৰো ৱস্থা কৰ্বি লাগে৷ অসমত যদি চৰকাৰী নীতি–নিয়মৰ মাজেৰে পঞ্জীয়ন কৰি াতৰিকাকত, টিভি আদি চলি থাক্বি পাৰে, ৱ্বে পর্টেল চল্বি নোৱৰাৰ নিশ্চয় কোনো কাৰণ থাক্বি নোৱাৰে৷ আইনী ৱস্থাৰ জৰিয়তে সমাজৰ মাজলৈ অহা সংবাদ প্রতিষ্ঠান অথ্বা ৱ্বে পর্টেলৰ দায়বদ্ধতা, জবাবদিহিতা থাক্বি৷ নহ’লে, গুৰু–গোসাঁই নমনা এচামে সাংবাদিকতাৰ নামত ৱ্বে পর্টেলক মুনাফা আদায়, বিকৃত ৰুচি পূৰণৰ অর্থে চৰিত্রহননৰ আহিলা হিচাপে ৱহাৰ কৰিয়েই থাক্বি৷ তেনে অপশক্তিৰ বিৰুদ্ধে আইনী ৱস্থা হ’ই লাগে৷

You might also like