- আজি শ্যামকানু মহন্ত–সিদ্ধাৰ্থ শৰ্মাৰ জামিন শুনানি।
- আজি আদালতত শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হ’ব।
- ১০ এপ্ৰিল তাৰিখে শ্যামকানুৱে আদালতত নিজৰ জামিন আবেদন দাখিল কৰিছিল।
- আনহাতে, ২০ এপ্ৰিল তাৰিখে সিদ্ধাৰ্থ শৰ্মায়ো আদালতত জামিন আবেদন দাখিল কৰিছিল।
- আজি অনুষ্ঠিত হ’বলগীয়া এই শুনানিক কেন্দ্ৰ কৰি গোচৰটোৰ পৰৱৰ্তী দিশ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।
ডিজিটেল ডেস্ক, ২২ এপ্ৰিল