নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূটান আৰক্ষীয়ে দূৰৰ পৰা চিঞৰি ক’লে- ‘পানী খাওক আৰু ইয়াৰ পৰা আঁতৰি যাওক…’ – Viral Video

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ ভূটানৰ এজন আৰক্ষীৰ ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। কিছুসংখ্যক ভাৰতীয়ই সীমান্তত ভ্ৰমণ কৰি আছিল। তেতিয়া সেই কৰ্মৰত আৰক্ষীজনে লোকসকলক সুন্দৰকৈ বুজাই(Cop Requesting Indian To Vacate Border) আৰু ঘৰলৈ যাবলৈ অনুৰোধ কৰে। তেওঁ ভুটানৰ ক’ৰোনা পৰিস্থিতিৰ বিষয়ে লোকসকলক কৈছিল আৰু সেই স্থানৰ পৰা আতৰি যাবলৈ কৈছিল। যি ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

লগতে পঢ়কঃ বোৱাৰীৰ কোঠাত অসংযত অৱস্থাত ৩ যুৱক! ধৰা পেলালে শহুৰেকে

ভিডিঅ’টোত আৰক্ষীজনে ভাৰতীয়সকলক হিন্দীত কথা কৈ সীমা খালী কৰিবলৈ কৈছিল। আৰু শেষত, তেওঁ কয়, “ভূটানৰ পানী পান কৰক আৰু আপোনালোকে এই স্থান ত্যাগ কৰক।

চাওক ভিডিঅ’টো-

You might also like