নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবিশ্বাস্য! চকুৰ ভিতৰত কৃমিঃ টানি টানি বাহিৰ কৰিলে ডাক্তৰে…

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ আচৰিত লাগিলেও এয়া সত্য। চকুৰ ভিতৰত উলাইছে কৃমি। ৬০ বছৰীয়া এগৰাকী বৃদ্ধৰ বহুদিন ধৰি চকুৰ বেমাৰ হৈ আছিল। আইনাৰ সন্মুখত নিজে এবাৰ চকুটো পৰ্যবেক্ষণ কৰোতে বৃদ্ধগৰাকীয়ে চকুৰ ভিতৰত কিছু সৰু কিছু বগা আকাৰৰ বস্তু প্ৰত্যক্ষ কৰে। সেই সন্দেহ লৈ বৃদ্ধগৰাকী গৈ ডাক্তৰৰ কাষ চাপে।

ডাক্তৰৰ কাষ চপাত সকলো কথা পোহৰলৈ আহে। প্রাথমিকভাবে চকুৰ পৰীক্ষা কৰি ডাক্তৰে জনায় যে বৃদ্ধাগৰাকীৰ চকুত কৃমিয়ে আশ্ৰয় লৈছে। ডাক্তৰে পলম নকৰাকৈ শীঘ্রেই অপাৰেচন কৰি চকুৰ ভিতৰৰ পৰা প্রায় কুড়িটাতকৈ অধিক জীৱন্ত কৃমি উলিয়ায়।

You might also like