নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই চাৰি ৰাশিৰ জাতকসকল মিছলীয়া হোৱাৰ উপৰিও বিশ্বাসঘাটক আৰু স্বাৰ্থপৰ হয়!

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ ৰাশি সাধাৰণতে ১২টা ।  কিন্তু ইয়াৰ ভিতৰত এনে কিছুমান ৰাশিৰ লোক আছে যি নিজৰ স্বভাৱৰ বাবে বহুতৰে নজৰত থাকে। কিছুমান লোক খেয়ালী মেজাজৰ হয়। কোনে কি কয় তাৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে। নিজৰ জগত খনত থাকে।

কিন্তু এনে কিছুমান লোক আছে যি স্বভাৱতেই ঠগবাজ, অত্যাচাৰী, চৰিত্ৰহীন হোৱা দেখা যায়। এনে কিছুমান লোক আছে যি  ৪ টা ৰাশিৰ বিষয়ে ভিতৰত পৰে আৰু  তেওঁলোক পাষণ্ড হোৱাৰ লগতে সততাও বহুত কম।

মিথুন ৰাশিঃ মিথুন ৰাশিৰ লোকসকলে নিজৰ কাম সিদ্ধিৰ বাবে নৈতিকতা আৰু মূল্যবোধক বিসৰ্জন দিয়ে। শীৰ্ষ স্থানত উপনীত হবলৈ কোনো ধৰণৰ যোগ্য়তা নাথিকেলও যি কোনো প্ৰকাৰে সেই স্থান দখল কৰিবই। এই ৰাশিৰ লোকসকলে অতি সোনকালে বিশ্বাস ভংগ কৰে।

বৃশ্চিক ৰাশিঃ এই ৰাশিৰ লোকসকলে দ্বিতীয় জনক সুবিধা নিদিয়ে আৰু বিশ্বাস নকৰে। তেওঁলোকে কাকো ক্ষমা নকৰে। নিজৰ কেৱল স্বাৰ্থসিদ্ধিৰ বাবে কাৰোবাৰ লগত বন্ধুত্ব কৰে।  যদি আকৌ কোনোবাই তেওঁলোকৰ বিশ্বাস ভংগ কৰে তেতিয়া তেওঁক ক্ষমা নকৰাৰ লগতে প্ৰতিশোধ লবলৈ হে চেষ্টা কৰে।

ধুন ৰাশিঃ ধুন ৰাশিৰ লোক সকলে বিশ্বাসঘাটক বুলি কয়। কাৰণ তেওঁলোকে জানি বুজি কাৰোবাৰ মনক আঘাত দিবলৈ কুণ্ঠাবোধ নকৰে। তেওঁলোকক সাধাৰণতে দুমুখীয়া বুলিও অভিহত কৰা হয়। কাৰণ বিপদৰ সময়ত সহায় নকৰি বৰঞ্চ তাৰ  পৰা আতৰিহে আহে । তেওঁলোকে অতি স্বাৰ্থপৰ।

কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতকৰ লোকসকলে সকলোৰে প্ৰতি সহানুভুতি প্ৰদৰ্শন কৰে যদিও কাৰো আৱেগৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰে। নিজকে বহুতো অনুশাসন, নিজক লৈ ব্য়স্ত বুলি দেখুৱাই যদিও তেওঁলোকে কেৱল  সমালোচনাৰ পৰা নিজকে আতৰাই ৰাখে।

You might also like