নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাতি শোৱাৰ আগতে পুৰুষে খাব লাগে এই পানীয়, পাব অকল্পনীয় ফলাফল…

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ  যদি আপুনি দুৰ্বলতাৰ সমস্যাৰ বাবে যুঁজি আছে, তেতিয়াহ’লে এইটো আপোনাৰ বাবে ভাল খবৰ। বহু লোকে পুৰুষত্ব বৃদ্ধিৰ বাবে চিকিৎসকৰ ওচৰলৈ গৈ হাজাৰ হাজাৰ টকা খৰচ কৰে। কিন্তু আশাজনক ফলাফল নাহে।

কিন্তু আপোনাৰ এই সমস্যাৰ সমাধান ঘৰতেই আছে। প্ৰত্যক দিনাই এই খাদ্য আপোনাৰ ডায়েটত ৰাখক যি কেৱল আপোনাক শক্তিয়েই নহয় বহু গভীৰ বেমাৰৰ পৰা সুৰক্ষা প্ৰদান কৰে।

Peanut Butter আৰু গাখীৰৰ সৈতে সেৱনঃ বহুত লোকে Peanut Butter ব্ৰেডৰ লগত খায়। এক গৱেষণাত প্ৰকাশ পাইছে যে Peanut Butterত টেষ্টটৰণ হৰম’ন বৃদ্ধি কৰাৰ গুণ থাকে। ইয়াৰ উপৰি গাখীৰেও পুৰুষৰ যৌন স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। যদি পুৰুষৰ যৌন অক্ষমতাৰ সমস্যা হয়, তেতিয়া Peanut Butter আৰু গাখীৰৰ খাব লাগে।

কেনেদৰে প্ৰস্তুত কৰিব এই পানীয়ঃ এই পানীয় প্ৰস্তুত কৰিবলৈ প্ৰথমে আপুনি এক গিলাছ গৰম গাখীৰত এক চামুচ Peanut Butter ভালদৰে প্ৰস্তুত কৰক। তাৰ পিছত অলপ ঠাণ্ডা হ’বলৈ দিয়ক।  পানীয়খিনি ৰাতি শোৱাৰ আগতে গ্ৰহণ কৰক। কেইবাদিনো গ্ৰহণ কৰাৰ পিছত ইয়াৰ ফলাফল দেখা পাব।

You might also like