নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ কর্মত সফলতা, যান–বাহনৰ পৰা সাৱধান, ব্যৱসায়ত উন্নতি, শৰীৰ উন্নত, শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
বৃষঃ মাতৃৰ শুভ, শৰীৰৰ প্রতি যত্ন লওক, ভ্রমণত শুভ, কর্মত মধ্যম, শুভ ৰং মুগা, শুভ সংখ্যা ১৷
মিথুনঃ কর্মস্থানত সন্মান বৃদ্ধি, আপোনাৰ দুর্বলতাৰ আনে সুবিধা ল’ব৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগাযোগত সফল, শৰীৰ উন্নত, শুভ ৰং মেৰুণ, শুভ সংখ্যা ৭৷
কর্কটঃ কর্মত সুস্থিৰতা বৃদ্ধি, গৃহত মাংগলিক কার্য সম্পন্ন হ’ব, বিশেষ ভ্রমণৰ সুুযোগ পাব, শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
সিংহঃ নতুন কর্মসংস্থাপনৰ যুগ, নিৰামিষ খাওক, মূল্যৱান সম্পদ লাভ, শুভ ৰং কলা, গৃহ নির্মাণত সফল হ’ব৷ শুভ সংখ্যা ৩৷
কন্যাঃ কর্মত সুস্থিৰ পৰিৱেশ৷ শিৱ মন্দিৰত পাৰিলে বেলগছ ৰোপণ কৰক, অর্থ লাভ, বিয়াৰ যোগ, শুভ ৰং ৰূপালী, শুভ সংখ্যা ৬৷
তুলাঃ আনক উপকাৰ কৰি মনৰ সন্তুষ্টি পাব৷ লেনদেন কৰোঁতে সাৱধান, ভ্রমণত শুভ, শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷
বৃশ্চিকঃ কর্মত শুভ, জুই পৰা সাৱধান, বস্ত্র, অলংকাৰ লাভ, ভ্রমণত কষ্ট, অর্থ লাভ, শুভ ৰং সোণালী, শুভ সংখ্যা ৯৷
ধনুঃ কর্মত উন্নতি, বিবাহৰ সংযোগ, পেটৰ অসুখ, ৰক্তচাপ বৃদ্ধি, অর্থ লাভ, শুভ ৰং বগা, শুভ সংখ্যা ৫, শুভ ৰং বগা৷
মকৰঃ খং কমাওক উন্নতি হ’ব, শিৱ মন্দিৰ দর্শক কৰক, কর্ম সংস্থাপনৰ যুগ, আর্থিক উন্নতি, শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮৷
কুম্ভঃ নতুন যোগাযোগ সুফল, ভ্রমণ কৰোঁতে সাৱধান হওক, প্রেমত শুভ, অর্থ নাশ, শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
মীনঃ কর্মত শুভ, নিৰামিষ খাওক, শিৱলিংগত গাখীৰ দিয়ক সুফল পাব, শৰীৰ উন্নত, শুভ ৰং বগা, শুভ সংখ্যা ১৷

You might also like