নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ সমাজ কর্মত সুনাম বৃদ্ধি, উচ্চ বিদ্যাত যত্ন কৰক৷ চুটি ভ্রমণ আছে৷ প্রেমত ভাল দেখা যায়৷ শুভ ৰং নীলা, সংখ্যা ৮৷
বৃষঃ পাৰিবাৰিক দায়বদ্ধতা বৃদ্ধি পাব৷ দিনটোত মনৰ কোনো আশা পূৰণ হ’ব পাৰে৷ পিতা–মাতাৰ স্বাস্থ্যৰ প্রতি নজৰ ৰাখক৷ শুভ ৰং হালধীয়া, সংখ্যা ৬৷
মিথুনঃ নিজা লোকে প্রতাৰণা কৰিব পাৰে৷ লৌহ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে৷ ভ্রমণ হ’ব পাৰে৷ শুভ ৰং ক’লা, সংখ্যা ৬৷
কর্কটঃ দাম্পত্য আৰু প্রেমত মধ্যম৷ আজি অলপ ক’লা তিল পানীত বিসর্জন দিব৷ শুভ ৰং হালধীয়া, সংখ্যা ২৷
সিংহঃ নিবনুৱাক ভাল ক’ব পৰা যায়৷ ঘৰত আলহী আগমন৷ প্রেমত গতানুগতিক৷ বিদ্যাত শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ শুভ ৰং মেৰুণ, সংখ্যা ৮৷
কন্যাঃ পাৰিবাৰিক অশান্তি বৃদ্ধি পাব পাৰে৷ সতর্ক থাকক৷ সন্তানৰ শুভ৷ বিদ্যার্থীয়ে ভবামতে ফল নাপাব৷ প্রেমত শুভ৷ শুভ ৰং আকাশী নীলা, সংখ্যা ১৷
তুলাঃ কর্ম দায়িত্ব বৃদ্ধি পাব৷ ঘৰুৱা একপ্রকাৰ৷ বিদ্যাত মধ্যম৷ স্বাস্থ্যৰ প্রতি যত্ন লওক৷ প্রেমত শুভ৷ শুভ ৰং সোণালী, সংখ্যা ৯৷
বৃশ্চিকঃ প্রেম আৰু দাম্পত্য ভাল ক’ব পৰা যায়৷ এডাল তুলসী মালা গুৰুজনাক দান দিব৷ ৰঙা কাপোৰ পৰিধান কৰিব৷ শুভ সংখ্যা ৭৷
ধনুঃ ধনাগমন বৃদ্ধি পাব৷ যান–বাহন ক্রয় কৰিব পাৰে৷ বিবাহৰ যোগ৷ শুভ ৰং সেউজীয়া, সংখ্যা ২৷
মকৰঃ আপোনাৰ দুর্বলতাৰ কাৰণে অইন লোকে আপোনাক কথা শুনাব৷ বিবাহৰ যোগ৷ বিদ্যার্থীৰ কাৰণেও দিনটো ভাল৷ শুভ ৰং বগা, সংখ্যা ৪৷
কুম্ভঃ ব্যৱসায়ত ভাল নতুন কাম হাতত ল’ব পাৰে৷ যান–বাহনৰ পৰা সাৱধান৷ পাবলগীয়া ধন ঘূৰাই পাব৷ শুভ ৰং মেৰুণ, সংখ্যা ৮৷
মীনঃ পাৰিবাৰিক অশান্তি বৃদ্ধি পাব পাৰে৷ সতর্ক থাকক৷ কর্মত ব্যস্ততা দেখা যায়৷ সন্তানৰ ভাল৷ প্রেমত অশুভ৷ হালধীয়া ৰং শুভ৷ সংখ্যা ৩৷

You might also like