নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুকিং আৰম্ভ এয়াৰ ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা ১৮ এপ্ৰিলঃ অহা ৪ মে’ ৰ পৰা এয়াৰ ইণ্ডিয়াই যাত্ৰা আৰম্ভ কৰিব। প্ৰথম অৱস্থাত এয়াৰ ইণ্ডিয়াই দেশৰ ভিতৰতে যাত্ৰা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩ মেলৈ লকডাউন বৃদ্ধি কৰাৰ পৰিপেক্ষিতত DGCA য়ে নিৰ্দেশ জাৰি কৰিছিল যে সকলো দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় উৰণ অহা ৩ মে’ লৈকে বন্ধ থাকিব। অহা ১ জুনৰ পৰা এয়াৰ ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় বিমানৰ টিকট বুকিং কৰিব পাৰিব।

You might also like