নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘পবিত্ৰ ৰিস্তা’ৰ ‘মানৱ’ খ্যাত সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ১৪জুনঃ বলীউডৰ বিশিষ্ট অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা। মুম্বাইৰ নিজা বাসভৱনত আত্মহত্য়া কৰে অভিনেতাজনে। হতাশগ্ৰস্ত হৈ আত্মহত্যা কৰাৰ সন্দেহ পৰিয়ালৰ।

‘किस देश में है मेरा दिल’ শীৰ্ষক চিৰিয়েলৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা সুশান্ত সিঙে पवित्र रिश्ता নামৰ চিৰিয়েলৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। তাৰপাছতেই ছবিজগতত ভৰি দিয়া সুশান্তই বহুকেইখন চিনেমাত অভিনয় কৰিছিল।

शुद्ध देसी रोमांस, सोनचिड़िया, छिछोरे, केदारनाथ শীৰ্ষক কেইবাখনো ছবিত অভিনয় কৰিছিল সুশান্তই। ১৯৮৬ চনত জন্ম লাভ কৰা সুশান্তৰ মৃত্যুত শোকস্তব্ধ বলীউদ।

You might also like