নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইৰ হাস্পতালত অস্ত্রোপচাৰ সম্পন্ন ৰজনীকান্তৰ

নিয়মীয়া বাৰ্তা, ৩০অক্টোবৰ: দক্ষিণৰ চলচ্চিত্রৰ মেগাষ্টাৰ ৰজনীকান্ত গুৰুতৰভাৱে অসুস্থ হৈছে৷ চেন্নাইৰ এখন ব্যক্তিগত হাস্পতালত ৰজনীকান্তৰ আজি অস্ত্রোপচাৰ সম্পন্ন হোৱা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷

উল্লেখনীয় যে হাস্পতালখনৰ বিশেষজ্ঞ চিকিৎসকৰ দলে অভিনেতাগৰাকীৰ স্বাস্থ্যৰ নিৰীক্ষণ চলাই আছে৷ কেইদিনমান পিছতে অভিনেতাগৰাকীক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ’ব বুলি উল্লেখ কৰিছে এগৰাকী চিকিৎসকে৷

You might also like