নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত অভিনেতা, সাংসদ চানি দেউল

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ ক’ৰোনাভাইৰাছত আক্রান্ত হৈছে বলীউড অভিনেতা তথা বিজেপিৰ সাংসদ চানি দেউল। হিমাচল প্রদেশৰ স্বাস্থ্য সচিবে মঙলবাৰে এই খবৰ জনাইছে।

বুধবাৰে নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা ক’ভিড-১৯ পজিটিভ হোৱাৰ কথা জনাই চানি দেউলে।

লগতে পঢ়কঃ মানুহৰ বাবে নহয় জীৱ-জন্তুৰ বাবে এখন ইক’ দলং

বুধবাৰে পুৱাই টুইট কৰি চানিয়ে লিখিছে, ‘মোৰ ক’ৰোনাভাইৰাছ পৰীক্ষাৰ ৰিপোর্ট পজিটিভ আহিছে। শেহতীয়াকৈ মোৰ সংস্পর্শলৈ অহা লোকসকলে আইছ’লেশ্যনত থাকি নিজৰ পৰীক্ষা কৰাওক’।

You might also like