শুভেন্দু অধিকাৰীৰ নেতৃত্বত সোমবাৰে (১ জুন, ২০২৬) পশ্চিমবংগত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ অনুষ্ঠিত হৈছে। ৰাজ্যপাল আৰ এন ৰবিয়ে কলকাতাৰ লোক ভৱনত ৩৫গৰাকী নতুন মন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰাইছে।
নতুন মন্ত্ৰীসকলৰ ভিতৰত ১৩গৰাকী কেবিনেট মন্ত্ৰী আৰু ২২গৰাকী ৰাজ্যিক মন্ত্ৰী আছে। ইয়াৰে ৩গৰাকী ৰাজ্যিক মন্ত্ৰীক স্বতন্ত্ৰ দায়িত্ব প্ৰদান কৰা হ’ব।
এই মন্ত্ৰীসভা সম্প্ৰসাৰণৰ জৰিয়তে ৰাজ্য চৰকাৰে প্ৰশাসনিক কাৰ্যকলাপ অধিক শক্তিশালী কৰাৰ লগতে বিভিন্ন বিভাগত নতুন নেতৃত্ব প্ৰদানৰ লক্ষ্য গ্ৰহণ কৰিছে।
আজি শপতগ্ৰহণ কৰা মন্ত্ৰীসকলৰ তালিকা এনেধৰণৰ-
কেবিনেট মন্ত্ৰী
- দীপক বৰ্মন
- তাপস ৰায়
- ডাঃ শংকৰ ঘোষ
- মনোজ কুমাৰ উৰাও
- অৰ্জুন সিং
- গৌৰীশংকৰ ঘোষ
- স্বপন দাসগুপ্তা
- জগ্নত্ৰাথ চট্টোপাধ্যায়
- কল্যাণ চক্ৰৱৰ্তী
- অজয় পোড্ডাৰ
- সাৰদৱত মুখাৰ্জী
- দুধ কুমাৰ মণ্ডল
- অনুপ কুমাৰ দাস
ৰাজ্যমন্ত্ৰী স্বতন্ত্ৰ
- ডাঃ ইন্দ্ৰনীল খান
- মালতী ৰাৱ ৰায়
- ৰাজেশ মাহাতো
ৰাজ্যমন্ত্ৰী
- জোৱেল মুৰ্মু
হৰেকৃষ্ণ বেৰা
আনন্দময় বৰ্মন
অশোক ডিন্দা
নদিয়াৰ চন্দ বাউৰী
বিশাল লামা
শান্তনু প্ৰামাণিক
মৌমিতা বিশ্বাস মিশ্ৰা
উমেশ ৰে
পূৰ্ণিমা চক্ৰৱৰ্তী
কৌশিক চৌধুৰী
ভাস্কৰ ভট্টাচাৰ্য
দিবাকৰ ঘৰামী
অমিয় কিস্কু
কলিতা মাঝি
গাৰ্গী দাস ঘোষ
বিৰাজ বিশ্বাস
দীপাংকৰ জানা
সুমনা সৰকাৰ
ডিজিটেল ডেস্ক, ১ জুন