নিয়োগ বাৰ্তা : অসম আৰক্ষীত ২,৩৫০টা পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জানুৱাৰী
ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিয়োগ ব’ৰ্ডৰ তৰফৰ পৰা প্রকাশ কৰা বিজ্ঞাপন অনুসৰি অসম আৰক্ষীত ২ সহস্রাধিক পদত প্রার্থী নিযুক্তি দিয়া হ’ব৷
Official website : slprbassam.in

Official Recruitment Notification :
For Apply Online : Check Here