নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়োগ বাৰ্তা : বিটিচিৰ বন বিভাগত ১৫৭টা পদত চাকৰিৰ সুযোগ

🔹 আবেদনৰ অন্তিম তাৰিখ ১৫ মার্চ

বিটিচিৰ বন বিভাগৰ অন্তর্গত ১৫৭টা ফৰেষ্টাৰ আৰু ফৰেষ্ট গার্ড পদত নিযুক্তিৰ বাবে কেন্দ্রীয় বাছনি ব’ৰ্ড (চিএছবি), বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল (বিটিচি), কোকৰাঝাৰ, অসমে এক আনুষ্ঠানিক নিয়োগ অধিসূচনা প্রকাশ কৰিছে৷ বিটিচি অঞ্চলৰ বাসিন্দা ইচ্ছুক আৰু যোগ্য প্রার্থীয়ে চৰকাৰী নিযুক্তি প’র্টেলৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব৷

You might also like