হাইলঙত ভয়ংকৰ দুৰ্ঘটনা, পাহাৰৰ পৰা পৰি অসমৰ ২২ লোকৰ মৃত্যু
এখন শ্ৰমিক কঢ়িওৱা ট্ৰাক পাহাৰৰ পৰা বাগৰি পৰাত সংঘটিত হয় দুৰ্ঘটনাটো।
- অৰুণাচলৰ হাইলঙত ভয়ংকৰ ঘটনা৷
- পাহাৰৰ পৰা পৰি ২২জনৰ লোকৰ মৃত্যু ৷
- এখন শ্ৰমিক কঢ়িওৱা ট্ৰাক পাহাৰৰ পৰা বাগৰি পৰাত সংঘটিত হয় দুৰ্ঘটনাটো।
- তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ পৰা গৈছিল লোকসকল৷
- ১৩জনৰ মৃতদেহ উদ্ধাৰ৷ এজন গুৰুতৰভাৱে আহতক উদ্ধাৰ ৷
- মৃতকৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা।
- আহত বুদ্ধেশ্বৰ দীপক উদ্ধাৰ।
- মৃত শ্রমিককেইজনৰ নাম ৰাহুল কুমাৰ, সমীৰ দীপ জোন কুমাৰ, পংকজ মানকী, অজয় মানকী, বিজয় কুমাৰ, অভয় ভূমিজ, ৰোহিত মানকী, বীৰেন্দ্র কুমাৰ, আগৰ তাঁতী, ধীৰেন চেতিয়া, ৰজনী নাগ, দীপ গোৱালা, ৰামচবক সোণাৰ, সোনাতন নাগ, সঞ্জয় কুমাৰ, কৰণ কুমাৰ আৰু জোনাচ মুণ্ডাৰ মৃত্যু।
ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ