নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ পুনৰ ৫.২ ৰিখটাৰ স্কেলৰ প্ৰাবল্যত অহা এক ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। আজিৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অসমৰ সীমামূৰীয়া ৰাজ্য মেঘালয়ৰ তুৰা।

পুৱা ৮ বাজি ২৫ মিনিটত হয় এই জোকাৰণি।

 

You might also like