নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ ৪ জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ মণিপুৰত বিগত ২৪ ঘণ্টাত ১০৮ টা নতুনকৈ ক’ৰোনা ভাইৰাছৰ ঘটনা পোহৰলৈ অহাৰ বিপৰীতে ৪ জন লোকৰ মৃত্যু ঘটিছে।

যাৰ পাছতে ৰাজ্যখনত মুঠ ক’ৰোনা আক্ৰান্ত হোৱাৰ সংখ্যা ৭,৪৭০ জনলৈ বৃদ্ধি পাইছে। লগতে মৃত্যু হোৱা লোকৰ সংখ্যাও ৪৪ জনলৈ বৃদ্ধি পায়।

You might also like