2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : জোনালী নাথৰ হত্যাৰ তদন্ত

গোৱালপাৰাৰ মাটিয়াৰ বিজেপি নেত্রী জোনালী নাথৰ হত্যাকাণ্ডক কেন্দ্র কৰি চিআইডিৰ মহাপৰিদর্শক দেৱৰাজ উপাধ্যায়ৰ অসংবেদনশীল মন্তব্যৰ বাবে আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে ক্ষমা বিচৰাৰ ঘটনা বিশেষ তাৎপর্যপূর্ণ৷ ৰাজ্যখনত নাৰীজনিত অপৰাধৰ ঘটনা ভয়ানক হৈ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ জুন, আহাৰ মাহৰ ৪ তাৰিখ মঙলবাৰ : তিথি–শুক্লা দ্বিতীয়, নক্ষত্র : পুনর্বসু, যাত্রা : শুভ মেষ : উন্নত পৰিৱেশ৷ মানসিক দিশটো অনুকূল দেখা যায়৷ সা–সম্পত্তিৰ ক্ষেত্রত কিবা বাধা আছে যদিও হ্রাস হোৱাৰ সম্ভাৱনা৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ২৷…

বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ দেহাৱসান

বিশেষ বাৰ্তা, ১৯ জুন: বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ আজি দেহাৱসান ঘটে ৷ বৰপেটাৰ দাবালীয়াপাৰাৰ নিজ বাসগৃহত আজি সন্ধিয়া প্ৰায় ৭ বাজি ৪০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৫৮…

জালুকবাৰীৰ ৰংমহলত আদর্শ বিদ্যালয় উদ্বোধন মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ১৯ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি জালুকবাৰীৰ ৰংমহলত নতুনকৈ প্রতিষ্ঠা কৰা আদর্শ বিদ্যালয় শুভ উদ্বোধন কৰে৷ মুখ্যমন্ত্রীয়ে লগতে একেটা চৌহদৰ এই একেটা ভৱনতে নতুনকৈ নির্মাণ কৰা ৰংমহল উচ্চ মাধ্যমিক বিদ্যালয় ভৱনো শুভ…

কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত কালি ধুবুৰীত অনুষ্ঠিত হ'বলগীয়া "বিষ্ণু ৰাভা দিৱস -২০২৩" আৰু বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত…

কাইলৈ গোলকগঞ্জত গংগাধৰ নৈৰ ওপৰৰ দলং মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ ধুবুৰী জিলাৰ গোলকগঞ্জ চহৰৰ গাতে লাগি থকা গংগাধৰ নৈৰ ওপৰত দ্বিতীয় খন দলং কাইলৈ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জিলাখনত কাইলৈৰ পৰা দুদিনীয়া ভ্ৰমণ সূচীৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই পুৱা পোনে পোনে আহি ভাৰত…

শিৱসাগৰৰ পানীদিহিঙত পথ নিৰ্মাণত ত্ৰিশূল গোষ্ঠীৰ লুণ্ঠনৰাজ

👉১০ কোটিটকীয়া পথ নিৰ্মাণত ভয়ংকৰ জালিয়াতি 👉বিষয়া-অভিযন্তাৰে মিলি ত্ৰিশূল গোষ্ঠীৰ কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ 👉ত্ৰিশূল গোষ্ঠীৰ সুৰক্ষাত লোক নিৰ্মাণৰ দুই ধুৰন্ধৰ বিষয়াৰ 👉স্থানীয় গাঁওবাসীৰ পৰা সকলো তথ্য গোপন কৰাৰ অভিযোগ বিষয়াৰ বিৰুদ্ধে…

তিনিচুকীয়াত চাহ বাগিচা আদৰ্শ বিদ্যালয় উদ্বোধন মন্ত্ৰী সঞ্জয় কিষাণৰ

বিশেষ বাৰ্তা, ১৯ জুন : মন্ত্ৰী সঞ্জয় কিষাণে আজি শুকানপুখুৰী  চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে। চাহ জনজাতি লোকসকলৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ উত্তৰণৰ বাবে লোৱা এই যুগান্তকাৰী পদক্ষেপৰ বাবে শ্ৰম মন্ত্ৰীগৰাকীয়ে…

মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিকৰ মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা কাৰ্য্যসূচী আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ বছৰ উপলক্ষত মহাৰজত জয়ন্তীৰ প্ৰাৰম্ভিক অনুষ্ঠান হিচাপে আজিৰে পৰা দুদিনিয়া কাৰ্যসূচীৰে মহাৰজত জয়ন্তীৰ উদযাপন সমিতিৰ দ্বাৰা বিষ্ণু ৰাভা দিৱস শুভাৰম্ভ কৰা…

কালৰূপী ব্ৰহ্মপুত্ৰত কুুঁৱলীৰ বাবে দুঘণ্টা ধৰি আবদ্ধ ফেৰী

নিয়মীয়া বাৰ্তা, ১৯ জুন : ফেনে-ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ জলস্তৰ৷ ব্ৰহ্মপুত্ৰৰ কালৰূপত স্তম্ভিত মাজুলীৰ নদীপৰীয়া ৰাইজ৷ নেৰানেপেৰা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰত পানী বঢ়াৰ সমান্তৰালভাৱে বাঢ়িছে কোঁৱলীৰ প্ৰকুপ যাৰ বাবে মাজুলী-নিমাতিৰ যাতায়ত…