‘আদিপুৰুষ’- ভাৰতীয় ছবি নিষিদ্ধৰ হুংকাৰ নেপালৰ
বিশেষ বাৰ্তা, ১৯ জুনঃ যি দেশৰ শালগ্রাম শিলা ভাৰতলৈ লৈ আহি অয্যোধাৰ ৰামমন্দিৰৰ মূর্তি নির্মাণ কৰা হয়, সেই হিমালয়ান দেশ নেপালৰ ভূমিকন্যাৰ জন্মসূত্রৰ ইতিহাসকেই ভাৰতীয় চলচ্চিত্রত বিকৃত কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ কোনো কাৰণতে ‘আদিপুৰুষ’ ছবিখনৰ…