যাতায়াতৰ বাবে মুকলি নলবাৰী হৰি মন্দিৰৰ সমীপৰ উৰণ সেতু
বিশেষ বাৰ্তা, ২০ জুনঃ বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত নলবাৰী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু যথেষ্ট কষ্টৰ ফলত আজিৰে পৰা মুকলি হ'ল নলবাৰী হৰিমন্দিৰ সমীপৰ উৰণ সেতু। উল্লেখ্য যে, নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত কালি মন্ত্ৰী…