2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ হিংসা : শান্তিৰ বাবে আহ্বান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

বিশেষ বাৰ্তা, ১৮ জুনঃ বিগত প্ৰায় ৪৫ দিন ধৰি মণিপুৰত চলি থকা ধাৰাবাহিক হিংসাত্মক ঘটনা অত্যন্ত চিন্তনীয় বুলি এক বিজ্ঞপ্তিযোগে অভিহিত কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসৱালে। উল্লেখ্য যে যোৱা ৩ মে’ত লাই হাৰাওবা উৎসৱৰ…

আন্তঃৰাষ্ট্রীয় মহিলা ভাৰোত্তোলক স্বপ্ন প্রিয়া বৰুৱা

🔹 কুমুদ তালুকদাৰ ৰাজ্যৰ ক্রীডাবিদসকলৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰি আহিছে যদিও এই আঁচনিসমূহে বহু সময়ত প্রকৃত ক্রীড়াবিদক ঢুকি নাপায়৷ ইয়াৰ ফলত বহু খেলুৱৈয়ে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত সফলতা অর্জন কৰাৰ পিছতো প্রাপ্য সা–সুবিধাৰ…

মিৰাটৰ ব্যৱসায়ীৰ গ্রাহকলৈ প্রত্যাহ্বান

🔷 ১২ কিলোগ্রামৰ ‘বাহুবলী’ চিংৰা আধাঘণ্টাত খালে লাভ কৰিব ৭১ হাজাৰ টকা বিশেষ বাৰ্তা, ১৮ জুনঃ সময় দিয়া হ’ব আধাঘণ্টা৷ তাৰ ভিতৰতে খাই শেষ কৰিব লাগিব এটা চিংৰা৷ এই ‘বাহুবলী’ চিংৰাৰ ওজন অৱশ্যে কম নহয়৷ যিয়ে প্রস্তুত কৰিছে তেওঁৰ ভাষাত ‘মাত্র ১২…

জালুকবাৰী সমষ্টিৰ কৃষকে ৫০ কুইণ্টল সৰিয়হ পোনপটীয়াকৈ বিকিলে চৰকাৰক

🔷 মধ্যভোগী OUT- কৃষক IN, সাৰ্থক হল কৃষকৰ সপোন 🔷 মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি ৰঞ্জিত ভট্টাচাৰ্য্যৰ নিয়মীয়া বাৰ্তা, ১৮ জুনঃ ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ উদ্যোগত আকাংক্ষা কৃষিগোটৰ সহযোগত চৰকাৰী মূল্যত সৰিয়হ ক্ৰয় কাৰ্যসূচী আমিনগাঁৱত।…

খিলঞ্জীয়াৰ স্বাধিকাৰ ৰক্ষাৰ বাবে সংকল্পবদ্ধ অগপ- অতুল বৰা

🔷 ধুবুৰীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন 🔷 সকলো জাতি-ধৰ্মাৱলম্বী লোকৰ ঐক্যবদ্ধ শক্তি হ’ব অগপ 🔷 ৰাজ্যখনৰ সামূহিক বিকাশ-উন্নয়নত অংশীদাৰ হ'বলৈ সংখ্যালঘু ৰাইজক আহ্বান নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৮ জুনঃ সমাগত নিৰ্বাচনবোৰত অগপ শক্তিশালীভাৱে অৱতীৰ্ণ…

মাকুম পথাৰ ৰঙালী বিহু সমিতিৰ ৰাহি ধনেৰে জনহিতাৰ্থে উৎসৰ্গিত এম্বুলেঞ্চ

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ সমাজলৈ আদৰ্শ বাৰ্তা কঢ়িয়াই আজি বৃহত্তৰ মাকুম পথাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন ২০২৩ৰ তৰফৰ পৰা জনসাধাৰণৰ সেৱাৰ্থে এখন এম্বুলেঞ্চ সেৱা আগবঢ়ায়। মাৰ্ঘেৰিটা মাকুম পথাৰ পাইনিয়াৰ খেলপথাৰত অনুষ্ঠিত হৈ যোৱা ৰঙালী বিহু উদযাপন…

চন্দ্ৰপুৰ-পানীখাইতীত ফেনে ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী

মহানগৰ বাৰ্তা, ১৮ জুনঃ বিগত কেইবাদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত শেহতীয়াকৈ চন্দ্ৰপুৰ আৰু পানীখাইতীৰ দাঁতিৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পানী ফেনে ফোটোকাৰে বৃদ্ধি পাইছে। যোৱা তিনি দিনত পানীৰ মাত্ৰা ইমানে বৃদ্ধি পাইছে যে ইতিমধ্যে বৃহত্তৰ…

ইলন মাস্কৰ অবিশ্বাস্য Neuralink chip-এ চলাব মানৱ শৰীৰ

বিশেষ বাৰ্তা, ১৮ জুনঃ ইলন মাস্কৰ কোম্পানী নিউৰালিংকে মানুহৰ মগজুত কম্পিউটাৰ চিপ স্থাপনৰ কাম কৰি আছে যাতে মানুহৰ মগজু যন্ত্ৰৰ দ্বাৰা চলাব পৰা যায়। যোৱা মাহত মাস্কৰ কোম্পানী নিউৰালিংকক আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসন অৰ্থাৎ এফ ডি এৰ দ্বাৰা…

আত্মনিৰ্ভৰ ভাৰত : উত্তৰপ্ৰদেশত যুদ্ধ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ

বিশেষ বাৰ্তা, ১৮ জুনঃ আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত আয়োজিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ শনিবাৰে লক্ষ্ণৌত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। তাত তেওঁ কয় যে কেৱল বাদাম আৰু বল্ট নহয়, এতিয়া ব্ৰাহ্মোছ মিছাইল, ড্ৰ’ন, বিমান আৰু ইলেক্ট্ৰনিক…

ব্ৰহ্মপুত্ৰত আবদ্ধ ডিব্ৰুগড়ৰ চিকিৎসা কৰ্মীৰ দল

✅ডিব্ৰুগড়ৰ এটা চিকিৎসা কৰ্মীৰ দল ব্ৰহ্মপুত্ৰত আৱদ্ধ! ✅চিকিৎসা সেৱা কৰিবলৈ গৈ নদীৰ গতিপথ হেৰুৱাই আবদ্ধ চাপৰিত! ✅চিকিৎসকৰ লগতে এটা পেৰামেডিকেল দল আছিল! ✅নদীৰ পানী বাঢ়ি অহাত নিশা চাপৰিত আশ্ৰয়! ✅মহিলা আশা কৰ্মী থকাৰ সন্দেহ! ✅পৰিয়ালত…