2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডায়েৰী : আমি অতীতলৈও চাব লাগে

ড০ গীতালি শইকীয়া ভৰিৰ বিষে কিছুদিনৰ আগতে প্রায় কোঙা কৰিছিল৷ সমুখত আছিল কেইবাটাও গুৰুত্বপূর্ণ কাম, ক্ষেত্র অধ্যয়ন৷ নিজৰ অসহায় অৱস্থাই মোক কন্দুৱাইছিল৷ চিকিৎসকে জিৰণি লোৱাৰ পৰামর্শ দিছিল আৰু দীঘলীয়া জিৰণিৰ বাবে মোৰ সময় নাছিল৷ মই হতাশ…

বিদেশত স্থায়ী বসতি : চলিত বৰ্ষত ৬৫০০ ধনী লোকে ভাৰত এৰাৰ সম্ভাৱনা!

বিশেষ বাৰ্তা, ১৮ জুনঃ ২০২৩ চনত প্ৰায় ৬৫০০ ধনী লোকে ভাৰত এৰি যোৱাৰ সম্ভাৱনা আছে। আন্তঃৰাষ্ট্ৰীয় আৱাস আৰু নাগৰিকত্বৰ পৰামৰ্শদাতা প্ৰতিষ্ঠান হেনলি এণ্ড পাৰ্টনাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি ১০ লাখ ডলাৰতকৈ অধিক (৮.২ কোটি টকা) সম্পত্তি থকা লোকৰ…

ভূমিস্খলন : ৯ বছৰত গুৱাহাটীত ৩৯জন লোকৰ মৃত্যু

বিশেষ বার্তা, ১৮ জুনঃ গুৱাহাটী মহানগৰীত কৃত্রিম বান বিভীষিকাৰ সমান্তৰালকৈ ভূমিস্খলনৰ আতংকই পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলক শংকিত কৰি তুলিছে৷ বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ হাতীগাঁও, ৰুক্মিণীগাঁও, বৰাগাঁও, চানমাৰিকে…

১৯ জুনৰ পৰা চলাচল কৰিব শিলচৰ-নাহৰলগুনৰ সাপ্তাহিক ট্ৰেইন 

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ বৰাক উপত্যকাৰ ট্রেইন যাতায়াতকাৰীৰ বাবে সুখবৰ। ১৯ জুন সোমবাৰৰ পৰা ২৯ আগষ্ট মঙলবাৰলৈ শিলচৰ আৰু নাহৰলগুনৰ মাজত ০৫৬৩৮ নম্বৰৰ গ্ৰীষ্মকালীন ট্ৰেইনখন চলাচল আৰম্ভ হ’ব। এই সাপ্তাহিক বিশেষ ট্ৰেইনখনে দুপৰীয়া ১:৩০ বজাত…

ঘগ্ৰাপাৰৰ আল্লিয়াত বিপজ্জনক অৱস্থাত ট্ৰেন্সফৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১৮ জুন : অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ নলবাৰীৰ এক নম্বৰ সংমণ্ডলৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত সদা ব্যস্ত আল্লিয়া চ'কত ঘগ্ৰাপাৰ-তামুলপুৰ পথৰ দাঁতিত থকা ট্ৰেন্সফৰ্মাৰটো বিগত বছৰ বছৰ ধৰি উন্মুক্ত হৈ থকাত স্থানীয় ৰাইজ…

জলমগ্ন নলবাৰী চহৰ : শিক্ষানুষ্ঠানত পাঠদানত জন্মিছে ব্যাঘাত

নিয়মীয়া বাৰ্তা, ১৮  জুনঃ জলমগ্ন হৈ পৰিছে নলবাৰী চহৰ। বিগত তিনি-চাৰিদিন ধৰি  হোৱা  বৰষুণত  চহৰখনৰ আটাইকেইটা পথত একাঠু পানী হৈছে। বিশেষকৈ নৰ্দমা সমুহৰ বিসংগতিৰ বাবে বৰষুণৰ পানী ওলাই যাব নোৱাৰা অৱস্থা হৈছে। বিশেষকৈ কদৰ্যময় পৰিবেশৰ সৃষ্টি হৈছে…

আম্পায়াৰৰ ওপৰত চাপ সৃষ্টি ভাৰতৰ জ্যেষ্ঠ খেলুৱৈৰ : নীতিন মেননৰ

বিশেষ বাৰ্তা, ১৮ জুনঃ বিৰাট কোহলি, ৰোহিত শর্মাহঁতক কাঠগৰাত থিয় কৰালে ভাৰতীয় আম্পায়াৰে৷ দেশৰ মাটিত খেল অনুষ্ঠিত হ’লেই হেনো ভাৰতৰ তাৰকা ক্রিকেটাৰসকলে আম্পায়াৰৰ ওপৰত প্রবল চাপ সৃষ্টি কৰে৷ এই অভিযোগ নীতিন মেননৰ৷ যিকোনো সিদ্ধান্ত নিজৰ পক্ষত নিবৰ…

সুপ্রভাত : আজিৰ দিনটোতে–

বিশেষ বাৰ্তা, ১৮ জুনঃ সুপ্রভাত : আজিৰ দিনটোতে– ✅পিতৃ দিৱস ✅বিশ্ব বনভোজ দিৱস ✅১৯৩৯ত সুভাষ চন্দ্র বসুৰ অল ইণ্ডিয়া ফৰৱার্ড ব্লক স্থাপন ✅১৯৪৬ত গোৱাত পর্তুগীজ চৰকাৰৰ বিৰুদ্ধে সত্যাগ্রহ ✅১৯৫৬ত হিন্দু উত্তৰাধিকাৰী আইন গৃহীত…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৮ জুন, আহাৰ মাহৰ ২ তাৰিখ দেওবাৰঃ তিথি–অমাৱস্যা, নক্ষত্রঃ মৃগশিৰা, যাত্রাঃ শুভ মেষঃ কর্মক্ষেত্রত আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ৷ অংশীদাৰী ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব৷ বিদ্যাত জটিলতা৷ প্রেমত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷ বৃষঃ…

অসম ফার্মাচী কাউঞ্চিলৰ বিৰুদ্ধে অপপ্রচাৰত তীব্ৰ প্ৰতিক্ৰিয়া

বিশেষ বাৰ্তা, ১৭ জুনঃ ৰাজ্যৰ অন্যতম গুৰুত্বপূর্ণ অনুষ্ঠান অসম ফার্মাচী কাউঞ্চিলৰ বিৰুদ্ধে বিভিন্ন মহলত চলা অপপ্রচাৰক লৈ সম্প্রতি ক্ষুব্ধ হৈ পৰিছে কাউঞ্চিলৰ সৈতে জড়িত একাংশ সদস্য৷ ন্যস্তস্বার্থ সিদ্ধি কৰাৰ বাবেই একাংশ সন্দেহজনক ফার্মাচিষ্টে…