নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ মান্দভিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অসমত বাৰিষাৰ পূৰ্বে বান…

📌 ফলপ্ৰসূ জৰুৰীকালীন ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত 📌 কেন্দ্ৰ আৰু ৰাজ্যৰ সমন্বিত প্ৰচেষ্টাৰ এক বান ব্যৱস্থাপনা আৰ্হিয়ে উত্তম ফলাফল আনিব পাৰে 📌 ৰাজ্যখনৰ বান ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰৰ সকলো সহায়ৰ আশ্বাস…

সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ অধ্যক্ষতাত ধুবুৰী মেডিকেল কলেজৰ পৰিচালনা কমিটীৰ বৈঠক

📌 পাৰ্কিং মাচুল হ্ৰাস, পূৰ্বৰ ১ ঘন্টাৰ ঠাইত এতিয়াৰে পৰা ৬ ঘন্টালৈ ২০ টকা নিয়মীয়া বাৰ্তা, ১৭ জুনঃ "যিহেতু ধুবুৰী মেডিকেল কলেজ মেনেজমেন্ট কমিটীৰ মই এগৰাকী অধ্যক্ষ, আমাৰ সান্ন্যালদা এগৰাকী সন্মানীয় সদস্য আৰু বিধায়কসকল আছেই সদস্য। গতিকে আমি…

অসমীয়া চিনেমা উদ্যোগটোক জীয়াই ৰাখিবলৈ হলে ভাল চিনেমা নিৰ্মাণ কৰিব লাগিব- ৰবি শৰ্মা

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ সদ্য মুক্তিপ্ৰাপ্ত অসমীয়া বোলছবি 'শ্ৰীৰঘুপতি'য়ে যি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, তালৈ চাই "অসমীয়া চলচ্চিত্ৰ সমাজ এতিয়া চলচ্চিত্ৰ উদ্যোগ হোৱাৰ দিশে আগবাঢ়িছে" বুলি সোণাৰিত সংবাদ মাধ্যমৰ আগত মত আগবঢ়ায় অভিনেতা ৰবি…

পুনৰ চলচ্চিত্ৰ জগতলৈ বিধায়িকা সুমন হৰিপ্ৰিয়া

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ অসমীয়া চলচ্চিত্ৰ জগতলৈ আহিছে সুদিন। ইখনৰ পিছত সিখনকৈ অসমীয়া ছবি ছুপাৰহিট হোৱাত ছবি নিৰ্মাণৰ বাবে আগুৱাই আহিছে অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাসকল। সমান্তৰালভাৱে পুনৰ অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাবে মন মেলিছে বিধায়িকা…

সোণাৰি চাপৰিত চাৰিকড়িয়াৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম সোণাৰি চাপৰি বৰ্ষামুখ পথ

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ বছৰৰ প্ৰথমটো বানতে চাৰিকড়িয়া নদীৰ প্ৰৱল খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে সোণাৰি চাপৰি বৰ্ষামুখ পথলৈ ৷ ক্‌ষিজীৱী ঢকুৱাখনীয়াৰ আয়ুস ৰেখা চাৰিকড়িয়াৰ নদীৰ সৰ্পিল গতিৰ কৰাল গ্ৰাসত পৰি বিভিন্ন অংশৰ নৈপৰীয়া ৰাইজ সৰ্বস্বান্ত…

‘আদিপুৰুষ’ৰ সংলাপ বিতৰ্ক, প্ৰতিক্ৰিয়া মনোজ মুন্টাছিৰৰ

বিশেষ বাৰ্তা, ১৭ জুনঃ প্ৰভাস অভিনীত ছবিক লৈ চলচ্চিত্ৰপ্ৰেমীৰ মাজত উৎকণ্ঠাৰ অন্ত নাথাকে। পিছে এইবাৰ সেই চলচ্চিত্ৰপ্ৰেমীয়েই প্ৰভাস অভিনীত ছবি ‘আদিপুৰুষ’ক সমালোচনাৰে থকা-সৰকা কৰিলে। শুকুৰবাৰে ছবিগৃহত মুক্তি পালে ‘আদিপুৰুষ’। ছবিখনে দৰ্শক আৰু…

বান্দৰদেৱাত পুৱতি নিশা আটক ড্ৰাগছসহ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমাৰ বান্দৰদেৱাৰ মাজমজিয়াত আজি পুৱতি নিশা প্ৰায় ২ বজাত ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য অনুসৰি, বান্দৰদেৱা আৰক্ষী চকীৰ এটা টহলদাৰী দলে বান্দৰদেৱাস্থিত এছ…

চাংসাৰিত এইমছৰ সমীপত অমৃত সৰোবৰ প্ৰকল্পৰ শুভাৰম্ভ হেমন্ত চৌধুৰীৰ

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ জালুকবাৰী সমষ্টিৰ বেজেৰা উন্নয়ন খণ্ডৰ ধোপাতাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আঠিয়াবৈ-বনমাজাত ১৩ জুনত চাৰিটাকৈ অমৃত সৰোবৰ প্ৰকল্পৰ শুভাৰম্ভ কাৰ্যসূচীৰ সমান্তৰালকৈ কালিও একেটা উন্নয়ন খণ্ডৰ অন্তৰ্গত শৰাইঘাট পঞ্চায়তৰ চাংসাৰিত…

অভাৱৰ শিকলি ছিঙি মাজুলীৰ ৰিমিয়ে আনিলে ৮৭ শতাংশ

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ দিন-নিশা একাকাৰ কৰি মাকে তাঁতৰ শালত পাৰ কৰিছিল সময়, ইখনৰ পিছত সিখন গামোচা, চেলেং, মেখেলা, চাদৰ বৈ উপাৰ্জনৰ বাট উলিয়াইছিল ৷  দুই-চাৰিশ টকাৰ হাজিৰা এটা বিচাৰি নাপাই বঞ্চিত পিতৃয়ে কপাল ঢকিয়াব লাগিছিল। সেই অভাৱী ঘৰখনৰ…

নিমাতীঘাটত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলৰাশি

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ সমগ্ৰ অসমৰ লগতে উজনি অসমৰ আৰু অৰুনাচলৰ পাহাৰীয়া ঠাইত অত্যাধিক বৰষুন হোৱাৰ ফলত ফেনেফুটুকাৰে ওফন্দি পৰিছে ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ৷ কালি বিয়লী বিপদসীমাৰ যথেষ্ট ওপৰত আছিল যদিও আজি দুপৰীয়া কমি আহিছে৷ পুৱা ন বজাত বিপদসীমাৰ…