জলস্তৰ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ : নিমাতী-অফলামুখ ফেৰীসেৱা বন্ধ
✅আংশিকভাবে চলাচল যোৰহাট কমলাবাৰী ফেৰী সেৱা
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ জলৰাশিৰ বৃদ্ধি পোৱাৰ বাবে যোৰহাট নিমাতী ফেৰি সেৱা সময় লগতে একাংশ ফেৰি চলাচল বন্ধ হৈ পৰিছে৷ কিন্তু যাত্ৰীৰ সুবিধাৰ্থে আংশিকভাৱে একাংশ চৰকাৰী ফেৰি…