নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগীৰ ৭ কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা যুৱ ছাত্ৰ পৰিষদৰ

মহানগৰ বাৰ্তা, ১২ জুনঃ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ নাৰেঙ্গী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা সাত কৃতী শিক্ষাৰ্থীক কালি সম্বৰ্ধনা জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেঙ্গী আঞ্চলিক সমিতিয়ে। সমিতিৰ…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আলোচনা-চক্ৰত ভাষণ প্ৰদান দিগন্ত বিশ্ব শৰ্মাৰ

বিশেষ বাৰ্তা, ১২ জুনঃ সাহিত্য অকাডেমি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা "ভাৰতৰ স্বাধীনতা আন্দোলনলৈ অসমীয়া সাহিত্যৰ বৰঙণি" শীৰ্ষক দুদিনীয়া আলোচনা চক্ৰৰ আজি শুভ উদ্বোধন কৰা হয়।…

পাঠশালাত মঞ্চপ্ৰভাকৰ অচ্যুৎ লহকৰৰ সপ্তম মৃত্যুবাৰ্ষিকীত স্মৰণ

নিয়মীয়া বাৰ্তা, ১২ জুনঃ আজি অসমৰ সৰ্বোৎকৃষ্ট গণ মাধ্যম হিতাপে পৰিচিত ভ্ৰাম্যমাণ থিয়েটৰৰ সৃষ্টিকৰ্তা তথা মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰৰ সপ্তম মৃত্যুবাৰ্ষিকী ৷ ২০১৬ চনত আজিৰ দিনটোতে এই পাৰ্থিৱ জগতৰ পৰা কায়িক বিদায় লৈছিল আধুনিক ভ্ৰাম্যমাণ…

আলোপতিত আৰক্ষীৰ অভিযান, ১৩ জুৱাৰীক আটক

নিয়মীয়া বাৰ্তা, ১২ জুনঃ বৰপেটাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ আৰক্ষীয়ে আজি চলোৱা এক অভিযানত ১৩জনকৈ জুৱাৰী আটক হয় | জুৱাৰীকেইজনৰ পৰা আৰক্ষীয়ে ৯টাকৈ মোবাইল ফোন, নগদ ধন ৩৮,১৭৫ টকা আৰু তাচপাত জব্দ কৰে। আৰক্ষীৰ জালত পৰাসকল ক্ৰমে কাছুমাৰা থানা এলেকাৰ…

তিনিচুকীয়াত “সুৰক্ষিত শৈশৱ, সোণালী অসম” শীৰ্ষক শিশু সুৰক্ষাৰ প্ৰচাৰ অভিযানৰ শুভাৰম্ভ…

নিয়মীয়াবাৰ্তা, ১২ জুন : "সুৰক্ষিত শৈশৱ, সোণালী অসম" শীৰ্ষক শিশু সুৰক্ষাৰ ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ আজি তিনিচুকীয়া জিলাত শুভাৰম্ভ কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পালে। এই উপলক্ষে তিনিচুকীয়া জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা গোট,…

লাহোৰত চকা ঘূৰাই ছানী দেউলৰ বীৰত্ব…

বিশেষ বাৰ্তা, ১২ জুনঃ ছানী দেউল আৰু আমিশা পেটেল অভিনীত ছবি ‘গদাৰ : এক প্ৰেম কথা’ ২০০১ চনত মুক্তি পাইছিল। ছবিখনে চলচ্চিত্ৰপ্ৰেমীৰ মাজত খলকনি তুলিছিল। ছবিখনৰ ছাকিনা আৰু তাৰা সিঙৰ প্ৰেম কাহিনীয়ে দৰ্শকৰ হৃদয় চুই গৈছিল। অনুৰাগীসকলে ছবিখনৰ…

চিৰাঙৰ ভূটান সীমান্তৱৰ্তী গাঁৱত গুলীচালনাৰ ঘটনা, মহিলা গুলীবিদ্ধ

নিয়মীয়া বাৰ্তা, ১২ জুন : চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী এখন গাঁৱত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ঘটনাটোত অবৈধ মাৰণাস্ত্ৰৰ গুলীত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে। গুলীবিদ্ধ মহিলাগৰাকীক ততাতৈয়াকৈ জিলা সদৰ কাজলগাঁওস্থিত অসামৰিক চিকিৎসালয়ত ভৰ্তি…

 ভাৰতীয় দেহশ্ৰী দলত মাজুলীৰ পৱিত্ৰ নাথ

বিশেষ বাৰ্তা,  ১২ জুন : মাজুলীৰ সু-সন্তান  পৱিত্ৰ নাথে ভাৰতীয় দেহশ্ৰী দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা ৪ জুনত গোৱাৰ মাৰগাঁৱত "ভাৰতীয় বডী বিল্ডাৰ্চ ফেডাৰেচন''ৰ উদ্যোগত  Asian, South Asian আৰু World Championship ৰ বাবে অনুষ্ঠিত হোৱা…

জোনালী নাথৰ মৃত্যুত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ প্ৰতিক্ৰিয়া

📌 শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী প্ৰাদেশিক যোগী সন্মিলনীৰ নিয়মীয়া বাৰ্তা, ১২ জুন: গোৱালপাৰা জিলাৰ বাকাইটাৰীৰ মটিয়া গাঁৱৰ পঞ্চায়ত সদস্যা, বিজেপিৰ গোৱালপাৰা জিলা সমিতিৰ সম্পাদিকা, নিষ্ঠাৱান আৰু পৰিশ্ৰমী ৰাজনৈতিক…

অংগনৱাড়ী কেন্দ্র নিৰ্মাণত কামৰ মানৰ সৈতে আপোচ নকৰিব

📌 তিনিচুকীয়াত জিলা উপায়ুক্ত স্বপ্নীল পাল বিশেষ বাৰ্তা, ১২ জুন : তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি NABARD Infrastructure Development Assistance (NIDA)ৰ দ্বাৰা তথা অসম চৰকাৰৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ…