মুম্বাইৰ পৰা কেৰালালৈকে ‘বিপৰ্যয়’ৰ আতংক
📌 প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকৰ আহ্বান
বিশেষ বাৰ্তা, ১২ জুনঃ ভাৰতৰ পশ্চিম উপকূলত ঘূৰ্ণি বতাহ 'বিপৰ্যয়'ৰ তীব্ৰ ৰূপ দেখিবলৈ পোৱা গৈছে। মুম্বাইৰ পৰা কেৰালালৈকে উপকূলৰ কাষেৰে প্ৰচণ্ড বতাহ বলিছে। সাগৰৰ মাজৰ পৰা ওখ ঢৌ উঠি পাৰত খুন্দা মাৰিছে।…