আজিৰে পৰা দিল্লীত ভাৰত-বাংলাদেশৰ সীমান্ত সম্পৰ্কীয় আলোচনা
বিশেষ বাৰ্তা, ১১ জুনঃ আজিৰে পৰা ভাৰত আৰু বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত দ্বিবাৰ্ষিক চাৰিদিনীয়া আলোচনা অনুষ্ঠিত হ’ব। বৈঠকৰ সময়ত দুয়োপক্ষই সীমা অতিক্ৰম কৰা অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ সৈতে জড়িত বহু বিষয় আৰু উন্নত সহযোগিতা সৃষ্টিৰ…