কংগ্ৰেছ ‘লুট আৰু মিছা’ত বিশেষজ্ঞ, কেজৰিৱাল ‘লুট আৰু মিছা’ দুয়োটাতে মাষ্টাৰ
বিশেষ বাৰ্তা, ১১ জুনঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজি দিল্লীৰ ৰামলীলা ময়দানত কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে এক মেগা ৰেলী আহ্বান কৰে। এই সমাৱেশত ভাষণ দিওঁতে কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ…